ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনলাইনৰ ভাৱে আবেদন পত্ৰমুখলি ২০২০ বৰ্ষৰ,দ্বিতীয় ষন্মাসিক B.A./ B.Sc./ B.Com পৰীক্ষা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনলাইন আবেদন 2020 বৰ্ষ
অতিশীঘ্ৰে আৰম্ভ হব গৈ আছে 2020 বৰ্ষৰ দ্বিতীয় ষন্মাসিকৰ B.A/B.sc/B.com পৰীক্ষা বৰ্ষৰ অনলাইন আবেদন 2020(CBSC)পৰীক্ষাৰ ভাৱে এই অনলাইন আবেদন খন অতিকৈ প্ৰয়োজন সেয়ে 24-08-2020 বৰ্ষৰ ,অনলাইনৰ সময় আবেলিৰ 3 বজালৈকে কাৰ্যবোৰ সম্পন্ন কৰিব লাগিব ।
পৰীক্ষাৰ নাম :- দ্বিতীয় ষন্মাসিক B.A/B.sc/B.com/পৰীক্ষা 2020(CBSC)
কৰ্তৃপক্ষ :- ডিব্ৰুগড় বিশ্ববিদ্যালয়
পৰীক্ষা :-লেখা
অনলাইনৰ শেষ তাৰিখ :- 10-09-2020
অনলাইন আবেদন কৰাৰ পদ্বতি
1.ক্লিক কৰিব https://www.dibruexam.in
2.ফোন নম্বৰ,পাচৱৰ্ড,যদিয়ে পাহৰি গৈছে password টো তেন্তে forget buttom টো টিপি আকৌ নতুন password বনাওঁক ।
3.নিৰ্বাচন কৰক optional course টো যত তুমি পৰীক্ষাত বহিব খুজিছা,বিভাগীয় (honours)আৰু (generic)বিষয়টো নিৰ্বাচন কৰাটো অতিকৈ প্ৰয়োজনীয় ।
4.আবেদন কৰাৰ পাছত কিছুদিনলৈ বাট চাহক তুমি পঢ়ি থকা মহাবিদ্যালয়ৰ পৰা verify নোহোৱালৈকে ।
5.সাৱধানেৰে পঢ়িব আৰু pay buttom টো টিপিব ।
6.যেতিয়া তুমি pay কৰিব পৰা নাই তেন্তে তুমি লগে লগে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ এজনক যোগাযোগ কৰিব ।
7.Payment আৰু অনলাইন কৰা ৰিচিব আদি কাগজবোৰ print print কৰি সাচি ৰাখিব ।
8.যদিয়ে কোনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ষন্মাসিকৰ পৰীক্ষাটো দিয়া নাই তেন্তে data বোৰ auto populated কৰিব আৰু অনুগ্ৰহ কৰি সাৱধানেৰে পুৰন কৰক।
9.যদিয়ে payment কৰোতে পলম হবলগীয়া হয় তেন্তে পলম হোৱাৰ ভাৱেওঁ জৰিমনা দিব লগীয়া হব ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গতত থকা
payment কৰিবৰ ভাবে কিছু তালিকা
প্ৰথম পৰ্যায়
1 Comments
Tq
ReplyDelete