Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

গোলাকাৰ দাপোন কি ?? ই কেইপ্ৰকাৰৰ ??class 10 দশম মান শ্ৰেণী

                           দশম মান শ্ৰেণী
                          পোহৰ প্ৰতিফলন -প্ৰতিসৰন
                            ভাগ-০১

A..গোলাকাৰ দাপোন (Spherical mirrors):
----------------------------------------------------------------------------------------
1.গোলাকাৰ দাপোন:-- যি বোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তেনে দাপোনক গোলাকাৰ দাপোন বোলে ।

গোলাকাৰ দাপোন দুই প্ৰকাৰ 
(i) অৱতল দাপোন :-  যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্টখন ভিতৰলৈ বক্ৰ বা গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা তেনে দাপোনক অৱতল দাপোন বোলে ।


ii) উত্তল দাপোন :---যিবোৰ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্টখন বাহিৰৰ দিশলৈ বক্ৰ তেনেবোৰ দাপোনক উত্তল দাপোন বোলে ।

2.গোলাকাৰ দাপোনৰ মেৰু :--

গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্টৰ কেন্দ্ৰবিন্দুক মেৰু(pole)বোলা হয়। ইয়াক p ৰে সুচোৱা হয়  ।

3.ভাজ ব্যাসাৰ্দ্ধ
গোলাকাৰ দাপোনৰ যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্দ্ধক দাপোনৰ ভাজ ব্যাসাৰ্দ্ধ বোলে । ইয়াক R ৰে সুচোৱা হয় ।

4. ভাজকেন্দ্ৰ-p ৰ পৰা কেন্দ্ৰ  ৰ দুৰত্ব


5. উত্তল দাপোনৰ মুখ্য ফকাছ
উত্তল দাপোনৰ মুখ্য অক্ষৰ সমান্তাৰালকৈ আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পাছত ফকাছৰ মাজেৰে পাৰ হৈ যায় সেই বিন্দুকেই উত্তল দাপোনৰ মুখ্য ফকাছ বোলে ।


update ...later

Post a Comment

0 Comments