Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

আমাৰ শিক্ষাগুৰু প্ৰকৃত নায়ক॥ OUR TEACHERS IS A REAL HERO॥infopayeng ,Tapan payeng

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মোৰ ফালৰ পৰা দুষাকাৰ

পিতৃ - মাতৃৰ ,অস্তিত্বৰ অবিহনে যেনেকৈ মানৱ সত্তালৈ  বিনন্দীয়া  পৃথিৱীত জন্ম লোৱাৰ কথা ভাৱিব নোৱাৰি সেইদৰে শিক্ষাগুৰুৰ অভিহনে ছাত্ৰ অক্ষৰ জ্ঞান জ্যোতিষ্মান হৈ উঠাৰ চিন্তা কৰাৰ সম্ভৱ নহয় ।গুৰু হৈছে  অজ্ঞান আন্ধাৰ নাশী পোহৰ বিলাওতা যেনেকৈ  জননী মাতৃয়ে বহু কষ্ঠ নেওচি ন-মাহ দিন গৰ্ভ ধাৰন কৰি সন্তান ভুমিষ্ট কৰে । মাতৃৰ গৰ্ভত অৱস্থান কৰা কালৰ পৰাই পিতৃয়ে যিমান মানসিকতাত  কটাবলগীয়া হয়,তাৰ যে কোনো বৈজ্ঞানিক পৰিমাপকো নাই । এইদৰে আধ্যাত্মিকতা গুৰুজনাৰ কথাওঁ কোনো মাপেৰে তুলনা কৰিব নোৱাৰি ,শিক্ষাগুৰুৱে সমস্ত দিন - বৰষুন নেওঁচি বিদ্যাৰ মন্দিৰলৈ  আহে কাৰন ছাত্ৰ-ছাত্ৰী সকলৰ ভাৱে অৰ্থাৎ আমাৰ ভাৱে সন্মানিয় শিক্ষাগুৰুসকলে  গঢ়িছে কলহৰ দৰে । শিক্ষাগুৰুক হৈছ মানৱ সম্পদ গঢ়াৰ সৰ্বশ্ৰেষ্ঠ খনিকৰ , কাৰন শিক্ষাগুৰুৱে শিষ্য সকলৰ সৰ্বাংগীন বিকাশৰ বেলিকাত অজ্ঞানতাৰ তিমিৰ পৰা নাশী জ্ঞানৰ আলোকভাৱে জীৱন উদ্ভাসিত কৰা শ্ৰেষ্ঠ পথ-প্ৰদৰ্শক । সেয়ে আমাৰ ভাৱে প্ৰধান অনুকৰণীয় সত্তা আমাৰ শিক্ষাগুৰু ।
শেষত ধন্যবাদেৰে সকলো পথ-প্ৰদৰ্শকক,পৰম শ্ৰদ্ধাৰে শিক্ষাগুৰুলৈ "শিক্ষক দিৱস"ৰ আন্তৰিক শুভেচ্ছা জনালোঁ ॥


লেখা  : শ্ৰীতপন পায়েং
            

Post a Comment

0 Comments