Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

what is respiration ?শ্বসন কি ? class 10 দশম মান শ্ৰেণীৰ নোট ॥


Question :- শ্বসন কি ?? শ্বসন কেইপ্ৰকাৰৰ বৰ্ণনা কৰা ।

Ans :- শ্বসন হল  অক্সিজেন উপস্থিতিত বা অনুপস্থিত গ্লুকজক কাৰ্বন হাইড্ৰেটলৈ ৰূপান্তৰ কৰাকেই শ্বসন বোলে ॥
           অক্সিজেনৰ উপস্থিতিত  বা অনুপস্থিত গ্লুকজ অনুক সম্পুৰ্ণভাৱে  ভাঙি কাৰ্বন  ডাই অক্সাইড আৰু পানী সৃষ্টি কৰে   ।
শ্বসন দুই প্ৰকাৰৰ ---
(ক)  অবাত শ্বসন
(খ)  সবাত শ্বসন

(ক) অবাত শ্বসন
--------------------------
অক্সিজেনৰ   অনুপস্থিত কিন্ধন প্ৰক্ৰিয়াৰ  জৰিয়তে গ্লুকজক  কাৰ্বন ডাই অক্সাইড  আৰু পানীলৈ বিজাৰিত কৰে  এনে শ্বসন প্ৰক্ৰিয়াকে অবাত  শ্বসন বোলে ।
(খ) সবাত শ্বসন
--------------------------
অক্সিজেনৰ উপস্থিতিত পাইৰুভেট বা  গ্লুকজক  তিনিটা  কাৰ্বন ডাই অক্সাইড অাৰু পানীলৈ বিজাৰিত কৰে তেনে  শ্বসনক সবাত শ্বসন বোলে ।
         সেই সবাত শ্বসনত উৎপাদিত  শক্তিৰ পৰিমান অবাত শ্বসনতকৈ বহু পৰিমান  অবাত শ্বসনতকৈ বহু পৰিমানে বেছি ।

Post a Comment

0 Comments