Question :- শ্বসন কি ?? শ্বসন কেইপ্ৰকাৰৰ বৰ্ণনা কৰা ।
Ans :- শ্বসন হল অক্সিজেন উপস্থিতিত বা অনুপস্থিত গ্লুকজক কাৰ্বন হাইড্ৰেটলৈ ৰূপান্তৰ কৰাকেই শ্বসন বোলে ॥
অক্সিজেনৰ উপস্থিতিত বা অনুপস্থিত গ্লুকজ অনুক সম্পুৰ্ণভাৱে ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী সৃষ্টি কৰে ।
শ্বসন দুই প্ৰকাৰৰ ---
(ক) অবাত শ্বসন
(খ) সবাত শ্বসন
(ক) অবাত শ্বসন
--------------------------
অক্সিজেনৰ অনুপস্থিত কিন্ধন প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকজক কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ বিজাৰিত কৰে এনে শ্বসন প্ৰক্ৰিয়াকে অবাত শ্বসন বোলে ।
(খ) সবাত শ্বসন
--------------------------
অক্সিজেনৰ উপস্থিতিত পাইৰুভেট বা গ্লুকজক তিনিটা কাৰ্বন ডাই অক্সাইড অাৰু পানীলৈ বিজাৰিত কৰে তেনে শ্বসনক সবাত শ্বসন বোলে ।
সেই সবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমান অবাত শ্বসনতকৈ বহু পৰিমান অবাত শ্বসনতকৈ বহু পৰিমানে বেছি ।
0 Comments