1) পৰিপুষ্টি কি ?? ই কেইপ্ৰকাৰৰ বহলাই আলোচনা কৰা ??
Ans-জীৱৰ জীৱন প্ৰক্ৰিয়া বুলি কলে জীৱবোৰে দৈনন্দিনে সংঘটিত কৰা,ৰেচন,বৃদ্ধি ,শ্বসন আদিবোৰ কাৰ্য সম্পাদনা কৰাৰ লগতে জীৱই জীয়াই থাকিবলৈ খাদ্য খোৱাৰো নিতান্তই প্ৰয়োজন ইয়াকেই পৰিপুষ্টি বোলে ॥
সকলোবোৰ জীৱই জীয়াই থাকিবৰ ভাৱে উপাদানবোৰ গ্ৰহণ কৰে কিন্তু উপাদানৰ উৎসৰ অনুসৰি ভিন্ন ভিন্ন ।সাধাৰণতে পৰিপুষ্টি দুই প্ৰকাৰৰ -----
(a)স্বপোষী পৰিপুষ্টি---
যিবোৰ জীৱই বাহ্যিক পৰিবেশৰ পৰা Co2(কাৰ্বন-ডাই-অক্সাইড) আৰু পানী(H20) জৈৱ ৰাসায়নিকভাৱে বিক্ৰিয়া ঘটাই খাদ্য আহৰণ কৰিব পাৰে তেনে পৰিপুষ্টিকে স্বপোষী পৰিপুষ্টি বোলে ।স্বপোষী জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি সালোক সংশ্লেষন প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে । স্বপোষী জীৱই বহিঃ পৰিবেশৰ পৰা আহৰন কৰা দ্ৰব্যবোৰক পৰিবৰ্তন ঘটাই দেহত খাদ্যশক্তি হিচাপে সন্সিত কৰে । এনেবোৰ বহিঃপৰিৱেশৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু পানী পোহৰ উপস্থিতিত পত্ৰহৰিৎতৰ সহায় কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰণ
সালোকসংশ্লেষনৰ প্ৰক্ৰিয়া:-
-------karchangtakar.blogspot.com--
(i)সালোকসংশ্লেষনৰ প্ৰক্ৰিয়াত সুৰ্য্যৰ পোহৰ শক্তিক পত্ৰহৰিৎৰ দ্বাৰা শোষন কৰে ।
(ii) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন আৰু পানীৰ অনুক হাইড্ৰজেন (H)আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰে ।
----(চিত্ৰ:- অ)--
(iii) পৰপোষী পুষ্টি :-
-----------------------------
পৰপোষী জীৱবোৰে জীয়াই থাকিবৰ ভাৱে পাৰিপাৰ্শ্চিকৰ পৰা অভিযোজন কৰিবলগীয়া হয় ,পৰপোষী জীৱবোৰে খাদ্য আহৰনৰ ভাৱে স্বপোষী অথবা সালোকসংশ্লেষন কাৰী উদ্ভিদ সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি জীৱই পুষ্টি গ্ৰহন কৰে আনহাতে কিছুমান পৰপোষী জীৱবোৰে জীৱৰ পাচিত হোৱা খাদ্যবোৰ পাচন হোৱাৰ পাছত জীৱ দেহৰ ভিতৰত থকা জীৱই খাদ্য হিচাপে গ্ৰহন কৰে । উদাহৰণস্বৰূপে- ফিটপেলু,কৃমি আৰু এককোষী জীৱবোৰ ॥
((((ব্যক্তব্য-কাৰ্চাং তাকাৰ{karchang takar}__))class-10,life_process))
#update...soon
0 Comments