1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ??
Ans :- কাৰকবোৰ হল -
(i) দৈৰ্ঘ্য
(ii)প্ৰস্থচ্ছেদৰ কালি
(iii)পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে ॥
2. একেটা উৎসৰ লগত সংযোজিত একেপদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীন তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহচালিত হয় ?আৰু কিয় ??
Ans:-এডাল ক্ষীন তাঁৰৰ ডালত বেছি সহজে প্ৰবাহ চালিত হব ॥
ক্ষীন তাঁৰ শকত তাঁৰতকৈ ৰোধকতা কম সেয়ে সহজে প্ৰবাহ চালিত হব ।
3.ধৰাহওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মুৰৰ মাজৰ বিভৱভেদৰ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধকৰ মান একে থাকে । ইয়াৰ মাজেৰে প্ৰবাহ প্ৰবাহৰ কি পৰিবৰ্তন হব ??
Ans:-
4.পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুন্ডলী বিশুদ্ব ধাতুৰে বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ??
Ans:- কাৰণ হল
(i) উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজে জাৰণ নঘটে ।
(ii) ৰোধকতাৰ সাধাৰণতে বেলেগ বেলেগ ধাতুতকৈ কম ৰোধকতা ॥
update...soon...connect with me
0 Comments