Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

বিদ্যুত।Electrysity,class 10 দশম,বিদ্যুতৰ প্ৰশ্নোত্তৰ,বিদ্যুত কি ?ভাগ ১,ৰোধকতা কি??

বিদ্যুত।Electrysity,class 10 দশম,বিদ্যুতৰ প্ৰশ্নোত্তৰ,বিদ্যুত কি ?ভাগ ১,ৰোধকতা কি??



1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ??
Ans :- কাৰকবোৰ হল -
(i) দৈৰ্ঘ্য
(ii)প্ৰস্থচ্ছেদৰ কালি
(iii)পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে ॥

2. একেটা  উৎসৰ লগত সংযোজিত একেপদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীন তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহচালিত হয় ?আৰু কিয় ??

Ans:-এডাল ক্ষীন তাঁৰৰ ডালত বেছি সহজে প্ৰবাহ চালিত হব ॥
        ক্ষীন তাঁৰ শকত তাঁৰতকৈ ৰোধকতা  কম সেয়ে সহজে প্ৰবাহ চালিত হব ।

3.ধৰাহওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মুৰৰ মাজৰ বিভৱভেদৰ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধকৰ মান একে থাকে । ইয়াৰ মাজেৰে প্ৰবাহ প্ৰবাহৰ কি পৰিবৰ্তন হব ??

Ans:-
4.পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ  কুন্ডলী বিশুদ্ব ধাতুৰে বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ??

Ans:- কাৰণ হল
(i) উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজে জাৰণ  নঘটে ।
(ii) ৰোধকতাৰ সাধাৰণতে বেলেগ বেলেগ ধাতুতকৈ কম ৰোধকতা ॥

update...soon...connect with me

Post a Comment

0 Comments