Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

মানুহৰ শ্বাসতন্ত্ৰ।মানুহৰ উশাহ-নিশাহ কাৰ্য কেনেকৈ সংঘটিত হয়?ATP full name and how its usefull ??Class 10 দশম শ্ৰেণীৰ বিজ্ঞান ॥Infopayeng॥Padmeswarbooks.

Question :- মানুহৰ শ্বাসতন্ত্ৰ সম্পৰ্কে বহলাই আলোচনা কৰা ??
---------------          বা
                   মানুহৰ উশাহ-নিকাশ কাৰ্য কেনেকৈ সংঘটিত হয় ??

Answer :- জীৱ তথা মানুহে উশাহত অক্সিজেন গ্ৰহন কৰে আনহাতে  নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। মানুহে নাসাৰন্ধ্ৰৰ জৰিয়তে বায়ু সেৱন কৰে । সেই বায়ুৱে নাকৰ বিন্ধাত থকা নোমবোৰ ভিতৰলৈ অহা বায়ুক ছেকী লয়  আৰু সেই কাম নাসাৰন্ধ্ৰত থকা শ্লেষ্মাই ছেকী লোৱা কাৰ্য সম্পন্ন  কৰে । ইয়াৰ পাছত টেটুৱৈ শ্বাসনলীয়েদি হাওঁ-ফাওঁলৈ বায়ুৰ প্ৰৱেশ ঘটে । টেটুৰ বায়ু  নলীকা ডালত থকা উপাস্থিবোৰ আঙুটি সদৃশ সেয়ে বায়ুবোৰ লাগি  নধৰে । হাওঁ-ফাওঁৰ ভিতৰত থকা শ্বাসনলীয়ে সৰু সৰু কিছুমান শাখালৈ বিভক্ত হৈ থাকে । ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত জেলিকাবোৰ বাযুকোবোৰেৰে ঘটিত  , উশাহ-নিশাহত মানুহৰ মধ্যচ্ছদা অংশখন পৰিবৰ্তন হোৱা দেখা যায় ।  উশাহৰ সময়ত কামিহাড়বোৰ ওপৰলৈ তুলা তাৰ ফলত মধ্যচ্ছদা খন নিম্নগামী হোৱা আৰু বক্ষগহ্বৰটো ডাঙৰ হয় ইয়াৰ ফলত বায়ুকোপবোৰ বায়ুৰে পৰিপুৰ্ন হৈ থাকে । দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইডে বায়ুকোষ বোৰত এৰি দিয়ে আৰু বায়ুকোষত থকা ৰক্তজালি
শোষন কৰি লয় আৰু পিছত দেহৰ কোষত বিতৰণ কৰি দিয়ে । প্ৰানীৰ আকাৰ যথেষ্ট ডাঙৰ হলে ব্যাপন চাপে দেহৰ সকলো অংশত অক্সিজেন যথোপযুক্তভাৱে যোগান ধৰিব নোৱাৰে । এইক্ষেত্ৰত হাওঁ ফাওঁৰ তেজক ৰন্জক পদাৰ্থই অক্সিজেন লৈ কলাবোৰত বিতৰন কৰে । মানুহৰ দেহত থকা তেজৰ ৰন্জক পদাৰ্থ বিধ অক্সিজেনৰ প্ৰতি আসক্তি হৈ পৰে ।

Questuon 2 : ATP ৰ সম্পুৰ্ণ  নাম কি ? লগতে ব্যৱহাৰ  উল্লেখ কৰা ?
-------------------
Answer :-ATP :-Amonium Try Phosphate

--------------   ব্যৱহাৰ :-
(i) এন্ধটাৰ্মিক বিক্ৰিয়া ঘটাবৰ বাবে,
(ii) যান্ত্ৰিক শক্তি ,পোহৰ শক্তি ,বৈদ্যুতি শক্তি পাবলৈ বেটাৰি কোষত প্ৰয়োগ কৰা ।
(iii)পেশীসংকোচনে ,প্ৰটিন সংশ্লেষন ,স্নায়ু প্ৰেৰণা পৰিবহনতো ব্যৱহাৰ কৰা হয় ।

(#class_ten_science@classtenscience}

(cheque on previos page) or (next page )

Post a Comment

0 Comments