তথ্যৰ ব্যৱহাৰ
তথ্যৰ ব্যৱহাৰ গনিতৰ অংকত তথ্যৰ ব্যৱহাৰিকত কিছু নিয়ম
(i) প্ৰসাৰ (range)
_______________
প্ৰসাৰ হৈছে সংখ্যাগোটৰ পৰা পৰ্য্যবেক্ষন কৰা আটাইতকৈ ডাঙৰ আৰু আৰু অাটাইতকৈ সৰু মানটোৰ প্ৰাৰ্থক্য । অৰ্থাৎ ডাঙৰ মানটোৰ পৰা 3সৰু মানটোক বিয়োগ কৰা ।
* প্ৰসাৰ = ডাঙৰ সংখ্যা - সৰু সংখ্যা*
যেনে 2,5,6,7,9,11,8,4 এই সংখ্যাগোটৰ আটাইতকৈ ডাঙৰ সংখ্যা 11 আৰু সৰু সংখ্যাটো হল 2 । ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি
=>11-2=9
এতেকে প্ৰসাৰটো হল 9
2. গড় বা মধ্যমান(Arithmetic mean)
_________________________________
সংখ্যাটোৰ মুঠ সমষ্টিৰ পৰা ৰাশি অৰ্থাৎ সংখ্যাগোলকৰ মুঠ সংখ্যাৰ যোগফল আৰু মুঠ সংখ্যাৰ ৰাশিৰ সমষ্টিক গড় বা মধ্যমান বোলে ।
যেনে-1,2,4,6,2,2,1 এই সংখ্যাগোটৰ সমষ্টি 6
প্ৰথমে উৰ্ধক্ৰমত সাজি
1,1,2,2,2,4,6
যোগ কৰি =1+1+2+2+2+4+6
= 18
*মুঠ ৰাশি সমষ্টিৰ পৰা মুঠ ৰাশিৰ সংখ্যা হৰণ কৰি অৰ্থাৎ
গড়=18/6
=3
0 Comments