Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

তথ্যৰ ব্যৱহাৰ ,গনিত সপ্তমমান,what is range,Arithemetics,formula of range,arithemetics??

                                   তথ্যৰ  ব্যৱহাৰ


তথ্যৰ  ব্যৱহাৰ গনিতৰ অংকত তথ্যৰ  ব্যৱহাৰিকত কিছু  নিয়ম

(i) প্ৰসাৰ (range)
  _______________
প্ৰসাৰ হৈছে  সংখ্যাগোটৰ পৰা পৰ্য্যবেক্ষন কৰা আটাইতকৈ ডাঙৰ আৰু আৰু অাটাইতকৈ  সৰু মানটোৰ প্ৰাৰ্থক্য । অৰ্থাৎ ডাঙৰ মানটোৰ পৰা 3সৰু মানটোক  বিয়োগ কৰা ।


*  প্ৰসাৰ = ডাঙৰ সংখ্যা  -  সৰু সংখ্যা*

  যেনে  2,5,6,7,9,11,8,4  এই সংখ্যাগোটৰ আটাইতকৈ ডাঙৰ সংখ্যা 11 আৰু সৰু সংখ্যাটো হল 2 । ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি 

=>11-2=9

এতেকে প্ৰসাৰটো হল  9 

2.  গড় বা মধ্যমান(Arithmetic mean)
_________________________________

সংখ্যাটোৰ মুঠ সমষ্টিৰ পৰা ৰাশি অৰ্থাৎ সংখ্যাগোলকৰ মুঠ সংখ্যাৰ যোগফল আৰু মুঠ সংখ্যাৰ ৰাশিৰ সমষ্টিক গড়  বা মধ্যমান বোলে ।
যেনে-1,2,4,6,2,2,1  এই সংখ্যাগোটৰ সমষ্টি 6 

প্ৰথমে উৰ্ধক্ৰমত সাজি
               1,1,2,2,2,4,6
যোগ কৰি =1+1+2+2+2+4+6
                  = 18
*মুঠ ৰাশি সমষ্টিৰ পৰা মুঠ ৰাশিৰ সংখ্যা হৰণ কৰি অৰ্থাৎ

গড়=18/6
      =3
 

Post a Comment

0 Comments