Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

মৌৰ্য্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ॥বুৰন্জী॥ভাৰত বুৰন্জী॥

             মৌৰ্য্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ


1.ভাৰতৰ্ষৰ ৰাজ্যৰ  উত্থাপনত ভুমিকা নিবাৰন কৰা সকলৰ   ভিতৰত আৰঁৰ মানুহবোৰ কোন কোন  আছিল ??
Ans....a) শুণ্গবংশই মগধত
             b)সাতবাহন সকলে দক্ষিন ভাৰতত 
             c)ছেদীবংশই কলিংগত

2. মৌৰ্য্য বংশৰ শেষ ৰজাজনৰ  নাম কি ??
Ans :-   বৃহদ্ৰথক

3. মৌৰ্যবংশৰ শেষ ৰজা বৃহদ্ৰথক হত্যা কৰি মগধত শুন্গবংশত কোনে প্ৰতিষ্ঠা কৰিছিল ?
Ans :--পুষ্যমিত্ৰ অংগই

4 .মৌৰ্য্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ সময়ত হিন্দু ধৰ্ম আৰু সংস্কৃতি পৃষ্ঠপোষক কোনসকলে কৰিছিল ??
Ans:--শুন্গ ৰজাসকলে

5.ভাৰতবৰ্ষৰ মৌৰ্য বৰ্ষৰ ইতিহাসত তিনিশ বছৰ ৰাজত্ব কৰা ৰাজ বংশটোৰ নাম কি ??
Ans :--  অন্ধ্ৰসকলে ((সাতবাহন সকলে))

6.সাতবাহন সকলে সংস্কৃত ভাষাত ৰচিত বিখ্যাত গ্ৰন্থদুখনৰ নাম কি ??
Ans :--কাতন্ত্ৰ আৰু বৃহৎকথা 
 
7.চোল বংশৰ ৰাজধানীৰ নাম কি আছিল ??
Ans:--  উৰৈয়ুৰ 

8.ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম কি আছিল ??
Ans:---মিনান্ডাৰ বা মিলিন্ড


9. কৃষান বংশৰ শ্ৰেষ্ঠতম ৰজাজনৰ  নাম কি ??
Ans:--কনিষ্ক

10.শকসকলৰ শ্ৰেষ্ঠতম ৰজাজনৰ নাম কি ??
Ans:-- ৰুদ্ৰদমন

update...after

Post a Comment

0 Comments