Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

চেনেহৰ মুল্য,অনুগল্প লেখা তপন পায়েং,Tapan Payeng মাতৃৰ মৰম


                                চেনেহৰ মুল্য

কথাষাৰ শুনি  বৰ বেয়া লাগিল  । বৃদ্ধ ফুকন-ফুকননীয়ে কাৰ ওপৰত বৰষা কৰি জীৱনটো চলিব বাৰু ?  জন্মৰ পৰা বিবাহলৈকে মৰম-চেনেহ দিয়া , ন-মাহ ধৰি গৰ্ভত আশ্ৰয় দিয়া ৰমেন আজি বৃদ্ধ মা-দেউতাকনো এই দশা কৰিব লাগেনে ?
:- ৰমেন আজি কোনো এখন বিভাগত চৰকাৰীৰ চাকৰি কৰে,ফুকন-ফুকননিয়ে  ৰমেনৰ ভাৱে কি কৰা নাই,তেওঁৰ পঢ়া-শুনাৰ ভাৱে,তদুপৰিও তেওঁৰ চাকৰিৰ ভাৱে সকলো মাটি বাৰি নিলামত দিলে ।
:- কিন্তু আজি ৰমেনে দুদিনৰ চিনাকি ঘৈণীয়েকৰ কথাৰ মুখৰ বৰবৰনিত ,ঘৰৰ পৰাই কৌষ্টকাঠিন্য কৰি ঘৰটো বাৰু বেলেগ বেলগ কৰিব লাগেনে বাৰু ?
:- ছেঃ পুত্ৰ বুলিবলৈ একমাত্ৰ ৰমেনেই আশাৰ ৰেঙনি আছিল ,ৰমেনৰ পিতৃ-মাতৃৰ কৰ্তৃত্ববোধ সেয়াই নেকি বাৰু ??
              
                                                          শ্ৰী তপন পায়েং
                                                         
               

Post a Comment

0 Comments