Ticker

6/recent/ticker-posts

Infopayeng

Responsive Advertisement

কৌতুক॥ Tapan Payeng ॥পৰীক্ষা

কৌতুক॥ Tapan Payeng ॥পৰীক্ষা


দুজন বন্ধুৱে এদিন পৰীক্ষা দিবলৈ  গৈছিল,,পৰীক্ষা শেষ হোৱাৰ পাছত  দুয়োজন বন্ধুয়ে সিজনে-ইজনক পৰীক্ষাৰ বিষয়ে সুধিলে,,,সুধাত 
প্ৰথমজন বন্ধু---বন্ধু তোমাৰ পৰিক্ষা কেনেকুৱা হল ??
দ্বিত্বীয়জন  বন্ধু-- হে বন্ধু নকবি আৰু পৰীক্ষা বেয়া হল ।
প্ৰথমজন বন্ধু----কেনেকৈ ?? 
দ্বিত্বীয়জন বন্ধু---মানে...মানে..আমাৰ ৰুমত দীঘল ছাৰ পৰিছিল ??
প্ৰথমজন বন্ধু .....কি ??



শ্ৰী তপন পায়েং

Post a Comment

0 Comments