সৰল গনিত
ভাগ----01
1.500 ৰ পৰা আটাইতকৈ কি সৰু সংখ্যা বিয়োগ কৰিলে 32 ৰে হৰণ যাব ?
Ans :-- 500 ৰ পৰা অাটাইতকৈ সৰু সংখ্যাটো হৈছে 160
ইয়াক 32 ৰে যদি 160 ক হৰণ কৰিলে 5 হয় ।
2. 2 মিটাৰ 5 ছে:মি: (এককত প্ৰকাশ কৰা)
Ans :--2.5 cm
3. 5 হৰণ 4/3 ক প্ৰতিক্ৰমেৰে পুৰন কৰা ?
Ans : 5পুৰন 4/3
= 20/3
=6.6
4.যোগ কৰা 3 kg,2kg আৰু 200gm.
Ans: 2kg =2000gm
3kg=3000gm
3000
2000
+ 200
------------------
5200
5. দুটা সংখ্যাৰ যোগফল 30 আৰু বিয়োগফল 20 হলে সংখ্যা দুটা কি কি হব ??
Ans: সংখ্যা দুটাৰ যোগফল =20+10
=30
সংখ্যা দুটাৰ বিয়োগ ফল = 30-20
=10
6.10-3 খালী ঠাইত কি কি অংক বহুৱালে সংখ্যাটো 3 ৰে বিভাজ্য হব ??
6.10-3 খালী ঠাইত কি কি অংক বহুৱালে সংখ্যাটো 3 ৰে বিভাজ্য হব ??
0 Comments